অৰুণ খেতৰপাল
পৰম বীৰ চক্ৰ সন্মানেৰে সন্মানিত ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
দ্বিতীয় লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল পি.ভি.চি (ইংৰাজী: Arun Khetarpal; ১৪ অক্টোবৰ ১৯৫০ – ১৬ ডিচেম্বৰ ১৯৭১) ভাৰতীয় সেনাৰ এজন বিষয়া, যাক সাহস আৰু বীৰত্বৰে দেশৰ হৈ যুঁজাৰ বাবে মৰণোত্তৰ ভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল। ১৯৭১ চনৰ ইন্দো-পাকিস্তান যুদ্ধৰ সময়ত শকৰগড়ৰ যুদ্ধক্ষেত্ৰত, বসন্তৰ যুদ্ধত তেওঁ শ্বহীদ হৈছিল ।
ক্ষিপ্ৰ তথ্য ছেকেণ্ড লেফটেনেণ্টঅৰুণ ক্ষেত্ৰপাল পৰম বীৰ চক্ৰ, জন্ম ...
ছেকেণ্ড লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল[1] পৰম বীৰ চক্ৰ | |
---|---|
জন্ম | ১৪ অক্টোবৰ, ১৯৫০ পুনা, বম্বে, ভাৰত |
মৃত্যু | ১৬ ডিচেম্বৰ, ১৯৭১ (২১ বছৰ) বৰাপিণ্ড শকৰগড় চেক্টৰ |
আনুগত্য | ৰিপাব্লিক অৱ ইণ্ডিয়া |
চাকৰি/শাখা | ভাৰতীয় সেনাবাহিনী |
চাকৰিৰ কাৰ্যকাল | ১৯৭১ (৬ মাহ)[2] |
পদমৰ্যদা | ছেকেণ্ড লেফটেনেণ্ট |
চাৰ্ভিছ নাম্বাৰ | IC-25067 |
ইউনিট | চেভেন্টিন পুনা হৰ্চ |
যুদ্ধ-বিগ্ৰহ | ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ বসন্তাৰ যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
স্বাক্ষৰ | |
মাতৃশিক্ষানুষ্ঠান | দ্য লৰেঞ্চ স্কুল, চানাৱাৰ |
বন্ধ কৰক