আ
From Wikipedia, the free encyclopedia
আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।[2]