ঐ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ নৱম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঐ এটা দ্বিস্বৰ, ঐ=অ+ই।[2] ব্ৰেইল্ত 'ঐ'-ক এনেদৰে লিখা যায়।[3]