টেনজিং নৰ্গে
নেপালী-ভাৰতীয় পৰ্বতাৰোহী / From Wikipedia, the free encyclopedia
টেনজিং নৰ্গে (ইংৰাজী: Tenzing Norgay), এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ব্যক্তিগত তথ্য, জন্ম নাম ...
ব্যক্তিগত তথ্য | |
---|---|
জন্ম নাম | নামগ্যাল ৱাংডি(Namgyal Wangdi) |
মুখ্য পেছা | পৰ্বতাৰোহী |
জন্ম | মে' ১৯২৪ খুম্বু, নেপাল |
মৃত্যু | ৯ মে', ১৯৮৬ (৭১ বছৰ) দাৰ্জিলিং,ভাৰত |
ৰাষ্ট্ৰীয়তা | নেপালী, ভাৰতীয় |
কেৰিয়াৰ | |
উল্লেখযোগ্য সাফল্য | ১৯৫৩ চনত প্ৰথম এভাৰেষ্ট বিজয়" |
Famous Partnerships | এডমণ্ড হিলাৰী |
পৰিয়াল | |
Spouse | দাৱা ফুটি, আং লামু, ডাক্কু |
সন্তান | পেম পেম, নিমা,জেমলিং আৰু নৰবু |
বন্ধ কৰক