মকবুল ফিদা হুছেইন
From Wikipedia, the free encyclopedia
মকবুল ফিদা হুছেইন (ইংৰাজী: Maqbool Fida Husain, চমুকৈ এম এফ হুছেইন, জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত।[2] তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।[2]
ক্ষিপ্ৰ তথ্য মকবুল ফিদা হুছেইন, নাম ...
মকবুল ফিদা হুছেইন | |
---|---|
ইছলামিক আৰ্ট মিউজিয়াম, দোহাত এম এফ হুছেইন | |
নাম | মকবুল ফিদা হুছেইন |
জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯১৫ পন্দৰপুৰ, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৯ জুন, ২০১১ (৯৫ বছৰ) লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য |
দেশ | ভাৰত (১৯২৫—২০১০)[1] কাটাৰ (২০১০—২০১১)[1] |
পেচা | চিত্ৰকলা |
প্ৰশিক্ষণ | ছাৰ জে জে স্কুল অফ আৰ্ট |
বিপ্লৱ | বোম্বে প্ৰগতিশীল শিল্পী দল |
বঁটা | পদ্মশ্ৰী (১৯৬৬) পদ্মভূষণ (১৯৭৩) পদ্মবিভূষণ (১৯৯১) |
বন্ধ কৰক