ৰাম ৰাঘোবা ৰাণে
From Wikipedia, the free encyclopedia
মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (ইংৰাজী: Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।
ক্ষিপ্ৰ তথ্য মেজৰৰাম ৰাঘোবা ৰাণে পি.ভি.চি, জন্ম ...
মেজৰ ৰাম ৰাঘোবা ৰাণে পি.ভি.চি | |
---|---|
জন্ম | ২৬ জুন, ১৯১৮ চেণ্ডিয়া, কাৰৱাৰ জিলা, বোম্বাই প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটক, ভাৰত) |
মৃত্যু | ১১ জুলাই, ১৯৯৪ (৭৬ বছৰ) পুনে, মহাৰাষ্ট্ৰ |
আনুগত্য | ভাৰত (১৯৪০-১৯৪৭) ভাৰত (১৯৪৭-২৯৬৮) |
চাকৰি/শাখা | British Indian Army ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪০–১৯৬৮ |
পদমৰ্যদা | মেজৰ |
চাৰ্ভিছ নাম্বাৰ | IC-7244[1] |
ইউনিট | বোম্বাই চেপাৰছ |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
বন্ধ কৰক