অজিত কুমাৰ ডোভাল
From Wikipedia, the free encyclopedia
অজিত কুমাৰ ডোভাল, কেচি (ইংৰাজী: Ajit Kumar Doval) (জন্ম ২০ জানুৱাৰী ১৯৪৫) ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চম আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (National Security Advisor)। এইক্ষেত্ৰত তেওঁৰ প্ৰাথমিকতা কেবিনেট মন্ত্ৰীৰ সমান।[2][3] তেওঁ ২০০৪-০৫ বৰ্ষত ইণ্টেলিজেঞ্চ ব্যুৰোৰ(National Security Advisor) সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত তেওঁ অপাৰেচন শাখাৰ মুৰব্বী হিচাপে এক দশক অতিবাহিত কৰিছিল। জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ ক্ষেত্ৰতো তেওঁক এক সহায়ক ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ এজন অৱসৰপ্ৰাপ্ত সদস্য।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
অজিত কুমাৰ ডোভাল কেচি | |
---|---|
এনএচএ আজিত ডোভাল | |
পঞ্চম ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৪ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
সহকাৰী | দত্তত্ৰ্য পদছালগীকাৰ পঙ্কজ শৰণ ৰাজিন্দাৰ খান্না বিনোদ জি. খান্দাৰ[1] |
পূৰ্বসূৰী | শিৱশংকৰ মেনোন |
Director of the Intelligence Bureau | |
কাৰ্যকাল ৩১ জুলাই ২০০৪ – ৩১ জানুৱাৰী ২০০৫ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
পূৰ্বসূৰী | কে.পি. সিং |
উত্তৰসূৰী | ই.এচ.এল. নৰছিমহান |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ জানুৱাৰী, ১৯৪৫ (৭৯ বছৰ) ঘিৰি বানেলছিউন, পউৰী গৰ্হাৱাল, ব্ৰিটিছ ভাৰত, (বৰ্তমান উত্তৰাখণ্ড, ভাৰত) |
দাম্পত্যসঙ্গী | অৰুণী ডোভাল (বি.১৯৭২) |
সন্তান | বিবেক, সৌৰ্য |
বাসস্থান | নতুন দিল্লী, ভাৰত |
শিক্ষানুষ্ঠান | আগৰা বিশ্ববিদ্যালয় (এমএ) নেচনাল ডিফেনচ কলেজ (এমফিলl) |
পুৰস্কাৰ | কীৰ্তি চক্ৰ পুলিচ President's Police Medal |