অভিনেতা
এগৰাকী শিল্পী যিয়ে এখন চলচ্চিত্ৰ বা নাটকত চৰিত্ৰ হিচাপে অভিনয় কৰে / From Wikipedia, the free encyclopedia
অভিনেতা (ইংৰাজী: Actor) মানে হ'ল পুৰুষ শিল্পী যিয়ে এখন চলচ্চিত্ৰ বা নাটকত চৰিত্ৰ হিচাপে কাম কৰে।[1] [2] অভিনেতাজনে অনুমান আৰু দৰ্শকৰ মাজত এটা মাধ্যম হিচাপে কাম কৰে। যিয়ে দৰ্শকসকলৰ বাবে এখন মঞ্চৰ জৰিয়তে (চলচ্চিত্ৰ, নাটক, ৰেডিঅ') প্ৰদত্ত ভূমিকা উপস্থাপন কৰে।[3]
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে।(9 June 2021) (9 June 2021) |