অৰুণ জেটলী
ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজীৱী / From Wikipedia, the free encyclopedia
অৰুণ জেটলী (২৮ ডিচেম্বৰ ১৯৫২ – ২৪ আগষ্ট ২০১৯)[1] এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ক্ষিপ্ৰ তথ্য অৰুণ জেটলী, বিত্ত মন্ত্ৰী ...
অৰুণ জেটলী | |
---|---|
বিত্ত মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | পি চিদাম্বৰাম |
উত্তৰসূৰী | নিৰ্মলা সীতাৰমন |
কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | শচীন পাইলট |
উত্তৰসূৰী | নিৰ্মলা সীতাৰমন |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ১৩ মাৰ্চ ২০১৭ – ৩ ছেপ্টেম্বৰ ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | মনোহৰ পাৰিকৰ |
উত্তৰসূৰী | নিৰ্মলা সীতাৰমন |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৯ নৱেম্বৰ ২০১৪ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | এ কে এণ্টনী |
উত্তৰসূৰী | মনোহৰ পাৰিকৰ |
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী | |
কাৰ্যকাল ৯ নৱেম্বৰ ২০১৪ – ৫ জুলাই ২০১৬ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | প্ৰকাশ জাৱাডেকাৰ |
উত্তৰসূৰী | ভেংকাইয়া নাইডু |
বিপক্ষ দলৰ মুৰব্বী, ৰাজ্য সভা | |
কাৰ্যকাল ৩ জুন ২০০৯ – ২৬ মে' ২০১৪ | |
পূৰ্বসূৰী | যশৱন্ত সিং |
উত্তৰসূৰী | গোলাম নবী আজাদ |
আইন আৰু ন্যায় মন্ত্ৰালয় | |
কাৰ্যকাল ২৯ জুলাই ২০০৩ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | জন কৃষ্ণমূৰ্তি |
উত্তৰসূৰী | এইচ্ছ আৰ ভৰদ্বাজ |
কাৰ্যকাল ৭ নৱেম্বৰ ২০০০ – ১ জুলাই ২০০২ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | ৰাম জেঠমালানী |
উত্তৰসূৰী | জন কৃষ্ণমূৰ্তি |
বিপক্ষ দলৰ মুৰব্বী, ৰাজ্য সভা | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ১১ জুন ২০১৯ | |
পূৰ্বসূৰী | মনমোহন সিং |
উত্তৰসূৰী | থাৱৰ চান্দ গেহলট |
তথ্য আৰু সম্প্ৰচাৰৰ ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ১৩ অক্টোবৰ ১৯৯৯ – ৩০ ছেপ্টেম্বৰ ২০০০ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | জয়পাল ৰেড্ডী |
উত্তৰসূৰী | সুষমা স্বৰাজ |
উত্তৰ প্ৰদেশৰ পৰা ৰাজ্য সভাৰ সদস্য | |
কাৰ্যকাল ৩ এপ্ৰিল ২০১৮ – ২৪ আগষ্ট ২০১৯ | |
পূৰ্বসূৰী | নৰেশ অগ্ৰৱাল |
গুজৰাটৰ পৰা ৰাজ্য সভাৰ সদস্য | |
কাৰ্যকাল ৩ এপ্ৰিল ২০০০ – ২ এপ্ৰিল ২০১৮ | |
উত্তৰসূৰী | নৰনভাই ৰাথৱা |
ব্যক্তিগত তথ্য | |
জন্ম | অৰুণ মহাৰাজ কিষেণ জেটলী ২৮ ডিচেম্বৰ, ১৯৫২ দিল্লী, ভাৰত |
মৃত্যু | ২৪ আগষ্ট, ২০১৯ (৬৬ বছৰ) এইম্ছ, নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
দাম্পত্যসঙ্গী | সংগীতা জেটলী (বি. ১৯৮২) |
সন্তান | সোণালী জেটলী বক্সী ৰোহন জেটলী |
বাসস্থান | নতুন দিল্লী দিল্লী, ভাৰত |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় |
পেচা |
|
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য জেটলীয়ে অটল বিহাৰী বাজপায়ী চৰকাৰৰ তৃতীয় মন্ত্ৰীসভা আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথম মন্ত্ৰীসভাত বিত্ত, প্ৰতিৰক্ষা, কৰ্পোৰেট পৰিক্ৰমা, বাণিজ্য আৰু উদ্যোগ, আৰু আইন আৰু ন্যায় দপ্তৰৰ দায়িত্ব বহন কৰিছিল। ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ ৰাজ্য সভাত বিপক্ষ দলৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল।[2][3] তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰবীণ আইনজ্ঞ আছিল।[4][5][6] স্বাস্থ্যজনিত কাৰণত তেওঁ ২০১৯ চনত মোদী কেবিনেটত অংশ লোৱা নাছিল।[7][8] ২০১৯ চনৰ ২৪ আষ্টত নতুন দিল্লীৰ এইম্ছত তেওঁৰ মৃত্যু হয়।