আশ্ৰফ ঘানী
From Wikipedia, the free encyclopedia
আশ্ৰফ ঘানী আহমদজাই (ইংৰাজী: Ashraf Ghani, ১৯৪৯ চনৰ ১৯ মে'ত জন্ম) হ'ল আফগানিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি। শিক্ষাত তেওঁ এজন নৃতত্ত্ববিদ। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে ঘানী আছিল আফগানিস্তান চৰকাৰৰ বিত্তমন্ত্ৰী তথা কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য। ১৯৯১ চনত আশ্ৰফ ঘানীয়ে বিশ্ব বেংকত কাম কৰিবলৈ আৰম্ভ কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য আশ্ৰফ ঘানী, আফগানিস্তানৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি ...
আশ্ৰফ ঘানী | |
---|---|
আফগানিস্তানৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৯ ছেপ্তেম্বৰ ২০১৪ | |
উপ ৰাষ্ট্ৰপতি | আব্দুল ৰছিদ দোস্তুম |
পূৰ্বসূৰী | হামিদ কাৰজাই |
কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য | |
কাৰ্যকাল ২২ ডিচেম্বৰ ২০০৪ – ২১ ডিচেম্বৰ ২০০৮ | |
পূৰ্বসূৰী | হাবিবুল্লাহ হাবিব |
উত্তৰসূৰী | হামিদুল্লাহ আমিন |
বিত্ত মন্ত্ৰী | |
কাৰ্যকাল ২ জুন ২০০২ – ১৪ ডিচেম্বৰ ২০০৪ | |
ৰাষ্ট্ৰপতি | হামিদ কাৰজাই |
পূৰ্বসূৰী | হেদায়ত আমিন আৰছালা |
উত্তৰসূৰী | আনৱাৰ উল-হক আহাদী |
ব্যক্তিগত তথ্য | |
জন্ম | আশ্ৰফ ঘানী আহমদজাই ১৯ মে', ১৯৪৯ (৭৪ বছৰ) লোগাৰ, আফগানিস্তান |
ৰাষ্ট্ৰীয়তা | আফগান |
ৰাজনৈতিক দল | নিৰ্দলীয় |
দাম্পত্যসঙ্গী | ৰুলা ঘানী |
সমন্ধ | হাছমত ঘানী আহমদজাই (ভাতৃ) |
সন্তান | মাৰিয়াম তাৰিক |
শিক্ষানুষ্ঠান | বেইৰুটৰ আমেৰিকান বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয় |
বন্ধ কৰক