উইচকনচিন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য / From Wikipedia, the free encyclopedia
উইচকনচিন (ইংৰাজী: Wisconsin; i/wɨsˈkɒnsɨn/) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-মধ্য অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৪৮ চনৰ ১৯ মে তাৰিখে উইচকনচিন ৩০ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। ৰাজ্যখনৰ সীমান্তৰ পশ্চিমে মিনিচোটা, দক্ষিণ-পশ্চিমে আইৱা, দক্ষিণে ইলিনয়চ, পূবে লেক মিছিগান, উত্তৰ-পূবে মিছিগান, আৰু উত্তৰে লেক চুপিৰিয়ৰ অৱস্থিত। উইচকনচিন আমেৰিকাৰ ৫০খন ৰাজ্যৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা ২৩ তম বৃহত্তম ৰাজ্য আৰু ২০তম আটাইটকৈ বেছি জনবসতীপূৰ্ণ ৰাজ্য। উইচকনচিনৰ ৰাজধানী মেডিচন আৰু বৃহত্তম নগৰ মিলৱাকি। ৰাজ্যখনক প্ৰশাসনিক সুবিধাৰ বাবে ৭২খন কাউণ্টিত ভাগ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য
State of Wisconsin ষ্টেট অব উইচকনচিন | |||||
| |||||
অন্য নাম: বেড্জাৰ ষ্টেট; আমেৰিকাচ্ ডেইৰি লেণ্ড | |||||
নীতিবাক্য: Forward (আগলৈ) | |||||
আধিকাৰিক ভাষা(সমূহ) | আধিকাৰিক ভাবে নাই যদিও ইংৰাজী সকলোতে প্ৰচলিত | ||||
জাতীয়তাসূচক বিশেষণ | উইচকনচিনাইট, স্কনি | ||||
ৰাজধানী | মেডিচন | ||||
বৃহত্তম নগৰ | মিলৱাকি | ||||
বৃহত্তম মহানগৰ | মিলৱাকি–ৰেজিন–ৱাউকেঁচা মহানগৰীয় অঞ্চল | ||||
মাটিকালি | মাটিকালিৰ হিচাপত ২৩তম স্থান | ||||
- মুঠ | 65,497.82 বৰ্গ মাইল (169,639 বৰ্গ কিমি) | ||||
- প্ৰস্থ | 260 মাইল (420 কিমি) | ||||
- দৈৰ্ঘ্য | 310 মাইল (500 কিমি) | ||||
- জলভাগ (%) | ১৭ | ||||
- অক্ষাংশ | 42° 37′ N to 47° 05′ N | ||||
- দ্ৰাঘিমাংশ | 86° 46′ W to 92° 53′ W | ||||
জনসংখ্যা | জনসংখ্যাৰ হিচাপত ২০তম স্থান | ||||
- মুঠ | 5,711,767 (2011 অনুমাণিক)[1] | ||||
- জনঘনত্ব | 105/sq mi (40.6/km2) জনঘনত্বৰ হিচাপত ২৩তম স্থান | ||||
- Median income | $47,220 (১৫তম) | ||||
উচ্চতা | |||||
- সৰ্বোচ্চতম স্থান | Timms Hill[2][3] 1,951 ফুট (595 মি) | ||||
- গঢ় | 1,050 ফুট (320 মি) | ||||
- সৰ্বনিম্নতম স্থান | লেক মিছিগান[2][3] 579 ফুট (176 মি) | ||||
যুক্তৰাষ্ট্ৰত যোগদানৰ দিন | ১৯ মে, ১৮৪৮ (৩০তম) | ||||
বিধায়িকা | উইচকনচিন বিধায়িকা | ||||
- উচ্চ সদন | উইচকনচিন চিনেট | ||||
- নিম্ন সদন | উইচকনচিন ষ্টেট এচেম্বলি | ||||
সময় অঞ্চল | কেন্দ্ৰীয়: UTC-6/-5 | ||||
সংক্ষিপ্তকৰণ | WI Wis. US-WI | ||||
ৱেবছাইট | www | ||||
বন্ধ কৰক