এমিনেম
From Wikipedia, the free encyclopedia
মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ হ'প গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।
ক্ষিপ্ৰ তথ্য এমিনেম, জন্ম ...
এমিনেম | |
---|---|
নৱেম্বৰ্, 2014 ত এমিনেম | |
জন্ম | মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় অক্টোবৰ ১৭ , ১৯৭২ (৫১ বছৰ) চে'ণ্ট যোচেফ্, মিযৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসগৃহ | ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
অন্য নাম |
|
পেচা |
|
সক্ৰিয় হৈ থকা সময় | 1989–বৰ্তমান |
গৃহস্থান | ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
দাম্পত্যসঙ্গী | কিম্বাৰ্লি এন স্কট (m. 1999–2001, 2006; সম্প্ৰ্তি বিচ্ছেদিত) |
সন্তান | 3[1] |
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ | হিপ হ'প |
বাদ্যযন্ত্ৰ |
|
ৰেকৰ্ড লেবেল |
|
সহযোগী |
|
ৱেবছাইট | www.eminem.com |
বন্ধ কৰক
১৫টা গ্ৰাম্মী বটাৰে পুৰস্কৃত এমিনেম 8 মাইল্ নামৰ এক চলচ্চিত্ৰতো অভিনয় কৰিছে।