এলিফেণ্টা গুহাসমূহ
From Wikipedia, the free encyclopedia
এলিফেণ্টা গুহাসমূহ (ইংৰাজী: Elephanta Caves)মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ, এই শ্ৰেণীত পাঁচটা হিন্দু গুহা অৱস্থিত। দ্বিতীয় শ্ৰেণীটো ক্ষুদ্ৰতৰ, ইয়াত দুটা বৌদ্ধ গুহা আছে। হিন্দু গুহাসমূহত প্ৰস্তৰখোদিত ভাস্কৰ্য আছে। এইসমূহ হিন্দু শৈৱ্য সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱৰ মূৰ্তি আছে। পঞ্চমৰপৰা অষ্টম শতাব্দীৰ মধ্যবৰ্তী সময়ত এই প্ৰস্তৰখোদিত ভাস্কৰ্য নিৰ্মিত হয়। এইসমূহৰ নিৰ্মাণকৰ্তাৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। বেচাল্ট পাথৰৰ কুন্দত এই গুহাসমূহ নিৰ্মিত। ১৯৭০-ৰ দশকত পুনঃনবীকৰণৰ পাছত ১৯৮৭ চনত এই গুহাসমূহৰ শিল্পকৰ্ম সংৰক্ষণৰ উদ্দেশ্যে ইয়াক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[1][2]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এলিফেণ্ট গুহাসমূহ | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
এলিফেণ্ট গুহাত খোদিত ত্ৰিমূৰ্তিৰ মূৰ্তি | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | (i)(iii) |
উদ্ধৃতি | 244 rev |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৭ (১১শ অধিবেশন) |