এল্পছ
From Wikipedia, the free encyclopedia
এল্পছ (Alps) ইউৰোপ মহাদেশৰ সৰ্ব্বোচ্চ আৰু বহুলভাৱে বিস্তৃত হৈ থকা পৰ্বতমালা[1]। প্ৰায় ১২০০ কিমি জুৰি থকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’,ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন (Liechtenstein) আৰু শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হৈ আছে[2]। এল্পছ পৰ্বতমালাতকৈ অধিক উচ্চতাৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) আৰু অধিক বিস্তৃত হৈ থকা উৰেলছ (Urals) পৰ্বতমালাৰ কিছু অংশ এছিয়াত অৱস্থিত।
ক্ষিপ্ৰ তথ্য Alps, উচ্চতম শিখৰ ...
Alps | |
---|---|
Mont Blanc, the highest mountain in the Alps, view from the Savoy side | |
উচ্চতম শিখৰ | |
শৃংগ | Mont Blanc |
উচ্চতা | 4,810 মিটাৰ (15,780 ফুট) |
স্থানাংকসমূহ | 45°50′01″N 06°51′54″E |
ভূগোল | |
Relief of the Alps. See also map with international borders marked | |
দেশসমূহ | List
|
স্থানাংক প্ৰসাৰ | 46°30′20″N 9°19′49″E |
Geology | |
Orogeny | Alpine orogeny |
সময় | Tertiary |
Type of rock | Bündner schist, flysch and molasse |
বন্ধ কৰক