![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Oceania_%2528orthographic_projection%2529.svg/langas-640px-Oceania_%2528orthographic_projection%2529.svg.png&w=640&q=50)
ওচেনিয়া
From Wikipedia, the free encyclopedia
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো।
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
![]() | |
মাটিকালি | 8,536,716 km2 (3,296,044 sq mi) |
---|---|
জনসংখ্যা | 35,670,000 |
বাসিন্দা | ওচেনিক, ওচেনিয়ান |
দেশসমূহ | 14 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | 25 (তালিকা) |
ভাষাসমূহ | 28 আধিকাৰিক ভাষা (তালিকা) |
সময় অঞ্চলসমূহ | UTC+8 ৰ পৰা UTC-6 লৈ |
বৃহত্তম নগৰসমূহ | তালিকা
|
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f0/Oceania_ISO_3166-1.svg/640px-Oceania_ISO_3166-1.svg.png)