কাকৈজানা সংৰক্ষিত বনাঞ্চল
অসমৰ এখন সংৰক্ষিত বনাঞ্চল / From Wikipedia, the free encyclopedia
কাকৈজানা সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাষত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে বিখ্যাত।[1] বনাঞ্চল খনৰ মাটিকালি ১৭.২৪ বৰ্গ কিঃমিঃ।[2]
ক্ষিপ্ৰ তথ্য
কাকৈজানা সংৰক্ষিত বনাঞ্চল | |
— সংৰক্ষিত বনাঞ্চল — | |
স্থানাঙ্ক | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | বঙাইগাঁও জিলা |
স্থাপিত | ১৯৬৬ |
নিকটৱৰ্তী চহৰ | অভয়াপুৰী |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
প্ৰশাসক | অসম চৰকাৰ |
বন্ধ কৰক