কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান
From Wikipedia, the free encyclopedia
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান বা কাঞ্চনজংঘা বায়স্ফেয়াৰ ৰিজাৰ্ভ ভাৰতৰ ছিক্কিমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভ। ২০১৬ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪০তম অধিবেশনত ইয়াক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। লগতে ই ভাৰতৰ প্ৰথম মিশ্ৰিত ঐতিহ্যবাহী স্থান[1] এই ৰাষ্ট্ৰীয় উদ্যানৰ নাম কাঞ্চনজংঘা শৃংগৰ নামেৰে ৰখা হৈছে। কাঞ্চনজংঘা ভাৰতৰ আটাইতকৈ উচ্চতম আৰু পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ইয়াৰ উচ্চতা ৮,৫৮৬ মিটাৰ। উদ্যান খনৰ ক্ষেত্ৰফল ১,৭৮৪ বৰ্গ কিঃমিঃ।
ক্ষিপ্ৰ তথ্য কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান Khangchendzonga National Park, অৱস্থান ...
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান Khangchendzonga National Park | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
গৈছা লা গিৰিপথৰ মাউণ্ট কাঞ্চনজংঘা, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান, ছিক্কিম | |
অৱস্থান | উত্তৰ ছিক্কিম, ছিক্কিম |
নিকটতম চহৰ | চুংথাং |
মাটিকালি | 1,784 বৰ্গ কি.মি. (689 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৭৭ |
কৰ্তৃপক্ষ | পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু বন মন্ত্ৰণালয়, ভাৰত চৰকাৰ |
ধৰণ | মিশ্ৰিত |
চৰ্ত | iii, vi, vii, x |
নিৰ্ধাৰিত | ২০১৬ (৪০তম অধিবেশন) |
প্ৰসংগ সংখ্যা | 1513 |
State Party | ভাৰত |
বন্ধ কৰক