কৃষ্ণ সাগৰ
From Wikipedia, the free encyclopedia
কৃষ্ণ সাগৰ পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপোৰ মাজত অৱস্থিত এখন সাগৰ। এই সাগৰৰ সীমাত ইউৰোপ, এনাট’লিয়া (Anatolia) আৰু ক’কেছাছ (Caucasus) অৱস্থিত। এই সাগৰ ভূমধ্যৰ মাজেৰে গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছেগৈ। Bosphorus Strait-এ এই সাগৰল Sea of Marmara ৰ সৈতে আৰু Strait of the Dardanelles-এ Aegean Sea-ৰ সৈতে সংযোগ কৰিছে। এই সাগৰেই পূব ইউৰোপ আৰু পশ্চি এছিয়াক পৃথক কৰে। কৃষ্ণ সাগৰক Sea of Azov ৰ সৈতে Strait of Kerch-এ সংযোগ কৰিছে।
কৃষ্ণ সাগৰ | |
---|---|
স্থানাংক | 44°N 35°E |
প্ৰকাৰ | সাগৰ |
Primary inflows | Danube, Dnieper, Rioni, Southern Bug, Kızılırmak, Dniester |
জলপ্ৰৱাহ | Bosphorus |
অৱবাহিকা দেশ | Bulgaria, Romania, Ukraine, Russia, Georgia, Turkey |
সৰ্বোচ্চ দৈৰ্ঘ্য | 1,175 km (730 মাইল) |
কালি | 4,36,402 বৰ্গ কি.মি. (1,68,500 বৰ্গ মাইল) |
গড় গভীৰতা | 1,253 মিটাৰ (4,111 ফুট) |
সৰ্বোচ্চ গভীৰতা | 2,212 মিটাৰ (7,257 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Islands | 10+ |
কৃষ্ণ সাগৰৰ মুঠ কালি 4,36,400 বৰ্গ কি.মি. (4.364×1011 বৰ্গ মিটাৰ)[1] সৰ্বোচ্চ গভীৰতা 2,212 মিটাৰ (7,257 ফুট),[2] আৰু আয়তন সাঁচ:Convert/km3।[3] কৃষ্ণ সাগৰে পূবা-পশ্চিমাকৈ এক বিশেষ অৱনমন (elliptical depression) সৃষ্টি কৰে। এই অৱনমন বুলগেৰিয়া, জৰ্জিয়া, ৰোমানিয়া, ৰাছিয়া, তুৰ্কী আৰু ইউক্ৰেইনৰ মাজত অৱস্থিত।[4] ইয়াৰ দক্ষিণে প’ণ্টিক পৰ্বতমালা (Pontic Mountains) আৰু পূবে ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) আছে। ইয়াৰ পূবা-পশ্চিমাকৈ সৰ্বোচ্চ প্ৰস্থ হৈছে 1,175 km (730 মাইল)।
কৃষ্ণ সাগৰৰ পাৰৰ প্ৰখ্যাত মহানগৰসমূহ হৈছে Batumi, Burgas, Constanța, Giresun, Hopa, Istanbul, Kerch, Mangalia, Năvodari, Novorossiysk, Odessa, Ordu, Poti, Rize, Sinop, Samsun, Sevastopol, Sochi, Sozopol, Sukhumi, Trabzon, Varna, Yalta আৰু Zonguldak।