কোকাকোলা
From Wikipedia, the free encyclopedia
কোকাকোলা (ইংৰাজী: Coca-Cola) বিশ্বৰ জনপ্ৰিয় শীতল পানীয়বোৰৰ ভিতৰত অন্যতম।[1] এই পানীয়বিধ জৰ্জিয়াৰ আটলাণ্টাত অৱস্থিত কোকাকোলা কোম্পেনী (The Coca-Cola Company)য়ে প্ৰস্তুত কৰে। এই পানীয়বিধক প্ৰায়ে 'ক'ক'( 'Coke') নামেৰে জনা যায়। ই হৈছে ১৯৪৪ চনৰ ২৭ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰত কোম্পেনীয়ে পঞ্জীভূত কৰা ট্ৰেডমাৰ্ক।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, প্ৰস্তুতকৰ্তা ...
প্ৰকাৰ | Cola |
---|---|
প্ৰস্তুতকৰ্তা | কোকাকোলা কোম্পেনী |
উৎপত্তিৰ দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
প্ৰচলন হয় | ১৮৮৬ |
ৰং | Caramel E-150d |
সোৱাদ | Cola, Cola Cherry, Cola Vanilla, Cola Green Tea, Cola Lemon, Cola Lemon Lime, Cola Lime, Cola Orange and Cola Raspberry. |
ৱেবছাইট | www |
বন্ধ কৰক