গুগল প্লে
From Wikipedia, the free encyclopedia
গুগল প্লে নতুবা গুগল প্লে ষ্ট’ৰ (ইংৰাজী: Google Play or Google Play Store) (পূৰ্বতে এণ্ড্ৰইড মাৰ্কেট বুলিও জনাজাত) হৈছে গুগলৰ দ্বাৰা পৰিচালিত আৰু বিকশিত কৰা এক ডিজিটেল বিতৰণ সেৱা। ই এণ্ড্ৰইড অপাৰেটিং চিষ্টেম আৰু ইয়াৰ ডেৰাইভেটিভসমূহত চলি থকা প্ৰমাণিত ডিভাইচসমূহৰ বাবে অফিচিয়েল এপ ষ্ট’ৰ হিচাপে কাম কৰে। গুগল প্লে মুভিছ আৰু টিভি, গুগল প্লে বুকছত ক্ৰয় কৰা বিষয়বস্তু ৱেব ব্ৰাউজাৰত আৰু এণ্ড্ৰইড আৰু আই.অ.এছ এপৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰি।
ক্ষিপ্ৰ তথ্য বিকাশক, প্ৰথম মুক্তি ...
বিকাশক | গুগল |
---|---|
প্ৰথম মুক্তি | ২২ অক্টোবৰ ২০০৮; ১৫ বছৰ আগত (2008-10-22) (এণ্ড্ৰইড মাৰ্কেট হিচাপে) ৬ মাৰ্চ ২০১২; ১১ বছৰ আগত (2012-03-06) (গুগল প্লে হিচাপে) |
প্লেটফৰ্ম | এণ্ড্ৰইড, এণ্ড্ৰইড টিভি, ওয়েৰ অ.এছ, ক্ৰোম অ.এছ, ওয়েব |
প্ৰকাৰ | ডিজিটাল ডিষ্ট্ৰিবিউচন, এপ ষ্টোৰ, মোবাইল গেম ষ্টোৰ, ভিডিঅ' অন ডিমাণ্ড, ই-বুক ষ্টোৰ অনলাইন মিউজিক ষ্টোৰ (২০২০ চনৰ ডিচেম্বৰ মাহত বন্ধ) |
ৱেবছাইট | play |
বন্ধ কৰক