গৰমপানী অভয়াৰণ্য
From Wikipedia, the free encyclopedia
গৰমপানী অভয়াৰণ্য (ইংৰাজী: Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।[2] ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km (16 মাইল)। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।[3] ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।[4][5]
এই অসমৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য গৰমপানী অভয়াৰণ্য, অৱস্থান ...
গৰমপানী অভয়াৰণ্য | |
---|---|
Garampani Wildlife Sanctuary | |
গৰমপানী অভয়াৰণ্যৰ ওলমা সাঁকো | |
অসমৰ মানচিত্ৰ | |
অৱস্থান | কাৰ্বি আংলং জিলা, অসম, ভাৰত |
নিকটতম চহৰ | গোলাঘাট |
স্থানাংক | 26°25′12″N 93°43′30″E[1] |
মাটিকালি | 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ) |
বন্ধ কৰক