চি++
From Wikipedia, the free encyclopedia
চি++ (ইংৰাজী: C++) হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং (OOP) ভাষা।[9] ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ (Bjarne Stroustrup) -য়ে যুক্তৰাষ্ট্ৰৰ 'এ টি এণ্ড টি বেল লেৱৰ’টৰি'ত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষাৰ বিস্তাৰিত ৰূপৰ আধাৰত।[10] ইয়াক এক মধ্যস্তৰীয় ভাষা বুলি জনা যায়, কাৰণ ই উচ্চস্তৰ আৰু নিম্নস্তৰৰ ভাষাৰ সুবিধাৰ এক সংযোজন।
ক্ষিপ্ৰ তথ্য সৃষ্টিৰ সময়, সৃষ্টিকৰ্তা ...
সৃষ্টিৰ সময় | ১৯৮৫; ৩৯ বছৰ আগতে (1985) |
---|---|
সৃষ্টিকৰ্তা | বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ |
বিকাশক | ISO/IEC JTC1 (Joint Technical Committee 1) / SC22 (Subcommittee 22) / WG21 (Working Group 21) |
Stable release | C++17 (ISO/IEC 14882:2017) (১ ডিচেম্বৰ ২০১৭; ৬ বছৰ আগত (2017-12-01)) |
Preview release | C++20 |
Typing discipline | Static, nominative, partially inferred |
Major implementations | GCC, LLVM Clang, Microsoft Visual C++, Embarcadero C++Builder, Intel C++ Compiler, IBM XL C++, EDG |
Influenced by | Ada,[1] ALGOL 68, C, CLU,[1] ML, Mesa,[1] Modula-2,[1] Simula, Smalltalk[1] |
Influenced | Ada 95, C#,[2] C99, Chapel,[3] Clojure,[4] D, Java,[5] JS++,[6] Lua, Nim,[7] Perl, PHP, Python,[8] Rust, Seed7 |
অপাৰেটিং চিষ্টেম | Most major |
ফাইল এক্সটেঞ্চন | .C, .cc, .cpp, .cxx, .c++, .h, .hh, .hpp, .hxx, .h++ |
পৰিয়াল | চি |
C++ Programming at Wikibooks |
বন্ধ কৰক