চীনা ভাষা
From Wikipedia, the free encyclopedia
চীনা ভাষা (আক্ষৰিক অৰ্থত হান ভাষা) হৈছে চীন দেশৰ ৰাষ্ট্ৰভাষা তথা চীনা-তিব্বতীয়া ভাষা পৰিয়ালৰ চীনাতিক নামৰ ভাষাৰ ঠালটো। চীনৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু জনগোষ্ঠী সমূহে এই ভাষাটো কয়। বিশ্বৰ প্ৰায় ১.২ বিলিয়ন মানুহে চীনা ভাষা কয় যি সমগ্ৰ বিশ্বৰ ১৬% জনসংখ্যা। স্থানভেদে চীনা ভাষা বহুত প্ৰকাৰৰ বৈচিত্ৰতাৰ বাবে কিছু ভাষাবিদে ইয়াক এটা ভাষা পৰিয়ালৰ সৈতে মিলাব খোজে। চীনা ভাষাৰ বহু বৈচিত্ৰতাৰ বাবে কিছু লোকে ইয়াক ৰোমাঞ্চ ভাষাৰ সৈতে তুলনা কৰে। চীনা ভাষাৰ আটাইতকৈ প্ৰাচীন লেখনি চাঙ বংশ শিলালিপিৰ দিনৰ পৰা পোৱা যায়, যি ১২৫০ খ্ৰীষ্টপূৰ্বত জ্ঞাত হৈছিল। ১৯৩০ চনত মান্য চীনা ভাষাক গ্ৰহণ কৰা হৈছিল যি বৰ্তমান টাইৱান আৰু চীন দেশৰ ৰাষ্ট্ৰীয় ভাষা হয়।
বিভাজন
চীনা ভাষা | |
---|---|
汉语/漢語 Hànyǔ or 中文 Zhōngwén | |
হানয়ু পৰম্পৰাগত চীনা লিপিত (ওপৰত), সৰলীকৃত চীনা (মধ্য) | |
থলুৱা অঞ্চল | চীনদেশ,টাইৱান (চীন প্ৰজাতন্ত্ৰ) |
জাতীয়তা | চীনা বা হান চীনা জনগোষ্ঠী |
স্থানীয় ভাষিক |
[1] |
ভাষা পৰিয়াল |
চীনা-তিব্বতীয়
|
পূৰ্বসূৰী |
প্ৰাচীন চীনা
|
মান্য ৰূপ |
ষ্টেণ্ডাৰ্ড মাণ্ডাৰীয়ান (মান্য চীনা ভাষা)
ষ্টেণ্ডাৰ্ড কেণ্টনিজ
|
উপভাষা | *মাণ্ডাৰীয় চীনা
|
লিখন প্ৰণালী | সৰলীকৃত চীনা পৰম্পৰাগত চীনা Transcriptions: ঝুয়িন পিনয়িন (লেটিন) চিয়াও এৰজিঙ (আৰৱীয়) ডোঙান চিৰিয়লিক চীনা ব্ৰালে ফগ পা লিপি (ঐতিহাসিক) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
Cantonese (de facto):[lower-alpha 1] |
নিয়মাধীন হয় |
ৰাষ্ট্ৰীয় চীনা ভাষা আৰু লিপি বিভাগ (মূলভূমি চীন)[2] ৰাষ্ট্ৰীয় ভাষা সমিতি টাইৱান চিভিল চাৰ্ভিছ বোৰেও হংকং |
ভাষা সংকেত | |
ISO 639-1 | zh |
ISO 639-2 | chi (B) zho (T) |
ISO 639-3 | zho – inclusive codeIndividual codes: cdo – Min Dong cjy – Jinyu cmn – Mandarin cpx – Pu Xian czh – Huizhou czo – Min Zhong gan – Gan hak – Hakka hsn – Xiang mnp – Min Bei nan – Min Nan wuu – Wu yue – Yue och – Old Chinese ltc – Late Middle Chinese lzh – Classical Chinese |
গ্লোটোলগ | sini1245 |
লিংগোৱাস্ফেয়াৰ | 79-AAA |
Map of the Sinophone world Legend: দেশ যত চীন ভাষা মূল প্ৰধান আৰু থলুৱা ভাষা
দেশসমূহ যত ৫,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ১,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ৫০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ১০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
মুখ্য চীনা ভাষী এলেকা | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
ভাষাবিদসকলে ইয়াক বিভিন্ন ভাগত ভাগ কৰিব বিচাৰিছে যেনে: তিব্বতীয় ভাষা, চীনা-তিব্বত আৰু বাৰ্মা।