জয়ন্তীয়া ৰাজ্য
From Wikipedia, the free encyclopedia
জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ শাসিত অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়।
ক্ষিপ্ৰ তথ্য
জয়ন্তীয়া ৰাজ্য | ||||
| ||||
বেংগল গেজেটাৰত খাছী আৰু জয়ন্তীয়া পাহাৰ, ১৯০৭ | ||||
ৰাজধানী | জয়ন্তীয়া ৰাজবাৰী, জয়ন্তীপুৰ | |||
ধৰ্ম | হিন্দু ধৰ্ম | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
President | ||||
- (১৫০০-১৫১৬) | প্ৰভাত ৰায় | |||
- (১৮৩২-১৮৩৫) | ৰাজেন্দ্ৰ সিং | |||
ইতিহাস | ||||
- স্থাপিত | ১৫০০ | |||
- পতন | ১৮৩৫ | |||
Warning: Value not specified for "continent" |
বন্ধ কৰক