জাভা
From Wikipedia, the free encyclopedia
জাভা (ইংৰাজী: Java) হ'ল এক object-oriented কম্পিউটাৰৰ প্ৰগ্ৰামিং ভাষা। ইয়াৰ মূল উদ্দেশ্য হ'ল "write once, run anywhere" (WORA)। এবাৰ লিখি যিকোনো ঠাইতে চলোৱা। অৰ্থাৎ কোনো এপ্লিকেশ্যন এবাৰ লিখা হ'লে পুনৰ কম্পাইল নকৰাকৈয়ে যিকোনো প্লেটফৰ্মত চলা। জাভা এপ্লিকেশ্যন কম্পাইল হয় বাইটক'ডত (bytecode) আৰু ই জাভা ভাৰ্ছুৱেল মেছিনৰ সহায়ত ৰাণ হয়, লাগিলে কম্পিউটাৰৰ আন্তঃগাঁথনি যিয়েই নহওক কিয়। বৰ্তমান জাভা বিশ্বৰ আটাইতকৈ জনপ্ৰিয় প্ৰগ্ৰামিং ভাষা। ই কিছুপৰিমাণে ক্লায়েণ্ট-ছাৰ্ভাৰ ৱেব এপ্লিকেশ্যনত ব্যৱহৃত হয়, তথা ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় দহ নিযুত। ছান মাইক্ৰছিষ্টেমৰ জেমছ গোছলিং-ক জাভাৰ উদ্ভাৱনকাৰী বুলি জনা যায়। জাভাৰ সৰহ সংখ্যক গাঁথনি (syntax) লোৱা হৈছে দুটা অতি জনপ্ৰিয় কম্পিউটাৰ প্ৰগ্ৰামিং ভাষা C আৰু C++ ৰ পৰা।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, সৃষ্টিৰ সময় ...
প্ৰকাৰ | multi-paradigm: object-oriented, structured, imperative, generic, reflective |
---|---|
সৃষ্টিৰ সময় | ১৯৯৫ (1995) |
সৃষ্টিকৰ্তা | James Gosling and Sun Microsystems |
বিকাশক | Oracle Corporation |
Stable release | Java Standard Edition 7 Update 11 (1.7.11) (১৩ জানুৱাৰী ২০১৩; ১১ বছৰ আগত (2013-01-13)) |
Typing discipline | Static, strong, safe, nominative, manifest |
Major implementations | OpenJDK, many others |
উপভাষা | Generic Java, Pizza |
Influenced by | Ada 83, C++, C#,[1] Eiffel,[2] Generic Java, Mesa,[3] Modula-3,[4] Oberon,[5] Objective-C,[6] UCSD Pascal,[7][8] Smalltalk |
Influenced | Ada 2005, BeanShell, C#, Clojure, D, ECMAScript, Groovy, J#, JavaScript, PHP, Python, Scala, Seed7, Vala |
Implementation language | C and C++ |
অপাৰেটিং চিষ্টেম | Cross-platform (multi-platform) |
লাইচেঞ্চ | GNU General Public License, Java Community Process |
ফাইল এক্সটেঞ্চন | .java, .class, .jar |
ৱেবছাইট | For Java Developers |
Java Programming at Wikibooks |
বন্ধ কৰক