নামচাই জিলা
From Wikipedia, the free encyclopedia
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷
ক্ষিপ্ৰ তথ্য নামচাই জিলা, দেশ ...
নামচাই জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২৫ নৱেম্বৰ ২০১৪ (2014-11-25) |
সদৰ | নামচাই |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৩টা (চৌখাম, নামচাই, লেকাং) |
মাটিকালি | |
- মুঠ | ১,৫৮৭ কি.মি.২ (৬১২.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৯৫,৯৫০ জন |
- জনঘনত্ব | ৬০.৫ প্ৰতি বৰ্গ কি.মি. (১৫৬.৬ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫৪.২৪%[1] |
- লিংগ অনুপাত | ৯৮৪.৪৯[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27.6689°N 95.8714°E / 27.6689; 95.8714 |
গড় বাৰ্ষিক বৰ্ষাপাত | ৩৫০০-৪০০০[1] মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক