নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
From Wikipedia, the free encyclopedia
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (ইংৰাজী: Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷
ক্ষিপ্ৰ তথ্য নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary), অৱস্থান ...
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) | |
---|---|
অসমত নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | গোলাঘাট |
মাটিকালি | ৯৭.১৫ বৰ্গ কিঃমিঃ |
প্ৰতিস্থা | ২০০৩ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক