পাইথন
From Wikipedia, the free encyclopedia
পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, সৃষ্টিৰ সময় ...
প্ৰকাৰ | অবজেক্ট অৰিয়েণ্টেদ, ইম্পাৰেটিভ, ফাংচনেল, প্ৰচিডিউৰেল, ৰিফ্লেকটিভ |
---|---|
সৃষ্টিৰ সময় | ২০ ফেব্ৰুৱাৰী ১৯৯১; ৩৩ বছৰ আগত (1991-02-20)[1] |
সৃষ্টিকৰ্তা | গুইড' ভান ৰসাম |
বিকাশক | Python Software Foundation |
অপাৰেটিং চিষ্টেম | Cross-platform |
লাইচেঞ্চ | Python Software Foundation License |
ফাইল এক্সটেঞ্চন | .py, .pyc, .pyd, .pyo (prior to 3.5),[2] .pyw, .pyz (since 3.5)[3] |
ৱেবছাইট | python |
Python Programming at Wikibooks |
বন্ধ কৰক