ফুটবল
From Wikipedia, the free encyclopedia
ফুটবল (ইংৰাজী: Football) এবিধ বহিঃক্ৰীড়া। ফুটবলৰ আন এটা নাম "চ'কাৰ" (soccer)। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে "ফুট" আৰু "বল" শব্দ দুটাৰ পৰা। অৰ্থাৎ ভৰিৰে খেলা বল। এই খেলৰ আৰম্ভণি চীনত হৈছিল বুলি কোৱা যায়। এই খেলতো বিশ্বত ব্ৰিটিছে জনপ্ৰিয় বনালে।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য সৰ্বোচ্চ পৰিচালনা সংস্থা, অন্য নাম ...
ফুটবল খেলাৰ দৃশ্য | |
সৰ্বোচ্চ পৰিচালনা সংস্থা | ফিফা (আন্তৰ্জাতিক ফুটবল ফেডাৰেছন) |
---|---|
অন্য নাম | চ'কাৰ |
প্ৰথমবাৰ খেলা হয় | ১৯ ডিচেম্বৰ ১৮৬৩ |
বৈশিষ্ট্য | |
সংস্পৰ্শ | হয় |
দলৰ সদস্য | ১১জন খেলুৱৈ |
বৰ্গীকৰণ | বহিঃ বা অন্তঃ |
উপকৰণ | ফুটবল |
বন্ধ কৰক