বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (ভাৰত)
ৱিকিমিডিয়া শ্ৰেণী / From Wikipedia, the free encyclopedia
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে দুটা বিভাগ পৰিচালনা কৰে, বাণিজ্য বিভাগ আৰু উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰসাৰৰ বিভাগ। মন্ত্ৰালয়ৰ অধ্যক্ষ হ'ল কেবিনেট মন্ত্ৰী।
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, ক্ষেত্ৰাধিকাৰ ...
ভাৰতৰ প্ৰতীক | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | বাণীজ্য ভৱন ১৬, আকৱৰ ৰোড, নতুন দিল্লী, ভাৰত |
সংস্থাৰ কাৰ্যবাহী | পীয়ুষ গোৱেল, কেবিনেট মন্ত্ৰী অনুপ্ৰিয়া পেটেল, ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশ, ৰাজ্যিক মন্ত্ৰী |
ৱেবছাইট | বাণিজ্য বিভাগ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগ |
বন্ধ কৰক