বাৰাক অ'বামা
From Wikipedia, the free encyclopedia
বাৰাক হুছেইন অ'বামা (ইংৰাজী: Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।[1]
ক্ষিপ্ৰ তথ্য বাৰাক অ'বামা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪তম ৰাষ্ট্ৰপতি ...
বাৰাক অ'বামা | |
---|---|
২০১২ চনৰ ৬ ডিচেম্বৰত হোৱাইট হাউছৰ অভেল অফিছৰ ৰিছল্যুৎ ডেস্কৰ সন্মুখত অ'বামা | |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪তম ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২০ জানুৱাৰী ২০০৯ (2009-01-20) – জানুৱাৰী ২০, ২০১৭ (2017-01-20) | |
উপ ৰাষ্ট্ৰপতি | জ' বাইডেন |
পূৰ্বসূৰী | জৰ্জ ডব্লিউ. বুশ্ব |
উত্তৰসূৰী | ডোনাল্ড ট্ৰাম্প |
ইলিনয়ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেনেট | |
কাৰ্যকাল ৩ জানুৱাৰী ২০০৫ (2005-01-03) – ৬ নৱেম্বৰ ২০০৮ (2008-11-06) | |
পূৰ্বসূৰী | পিটাৰ ফিট্জেৰাল্ড |
উত্তৰসূৰী | ৰলাণ্ড বাৰিছ |
ইলিনয় ছেনেটৰ ১৩তম জিলাৰ সদস্য | |
কাৰ্যকাল ৮ জানুৱাৰী ১৯৯৭ (1997-01-08) – ৪ নৱেম্বৰ ২০০৪ (2004-11-04) | |
পূৰ্বসূৰী | এলিছ পালমাৰ |
উত্তৰসূৰী | কোৱামে ৰাউল |
ব্যক্তিগত তথ্য | |
জন্ম | বাৰাক হুছেইন অ'বামা দ্বিতীয় ৪ আগষ্ট, ১৯৬১ (৬২ বছৰ) হনলুলু, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ৰাজনৈতিক দল | ডেমক্ৰেটিক |
দাম্পত্যসঙ্গী | মিছেল ৰবিনচন (বিবাহিত, ৩ অক্টোবৰ ১৯৯২ (1992-10-03)) |
সন্তান | মালিয়া, শ্বাশ্বা |
পিতৃ-মাতৃ | বাৰাক অ'বামা, জেষ্ঠ (পিতৃ) আন ডানহাম (মাতৃ) |
সম্বন্ধীয় | ষ্টেনলি আৰমৰ ডানহাম (ককাদেউতাক) মেডেলিন ডানহাম (আইতাক) |
শিক্ষা | অক্সিডেণ্টেল কলেজ কলম্বিয়া বিশ্ববিদ্যালয় (কলা শাখাত স্নাতক) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (আইনৰ স্নাতক) |
পুৰস্কাৰ | শান্তিৰ ন'বেল বঁটা (২০০৯) প্ৰফাইল ইন কাৰেজ বঁটা (২০১৭) |
স্বাক্ষৰ | |
ৱেবছাইট | আধিকাৰিক ৱেবছাইট অ'বামা ফাউণ্ডেচন হোৱাইট হাউছ আৰ্কাইভ |
বন্ধ কৰক