বিং ক্ৰাজবি
From Wikipedia, the free encyclopedia
হেৰি লিলিছ ক্ৰাজবি Bing Crosby (1903-1977) আমেৰিকান গায়ক হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব। নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ জনপ্ৰিয় মাধ্যমত[1]। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ১০০০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।[2][3][4]