বিঘা
From Wikipedia, the free encyclopedia
বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল, বাংলাদেশ আৰু ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰু অসমত ব্যৱহাৰ কৰা হয়। 'বিঘা'ৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গমিটাৰত এক বিঘা হয় বুলি পোৱা যায়। কিছু সৰু অঞ্চলত ১ বিঘাক ১২,৪০০ বৰ্গমিটাৰ বুলিও ধৰা হয়।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |