বিটিএছ
From Wikipedia, the free encyclopedia
বিটিএছ (কোৰীয় ভাষা:방탄소년단; উচ্চাৰণ: বাংতান সোণিয়োন্দান) হৈছে ৭ জনীয়া দক্ষিণ কোৰিয়াৰ বয় বেণ্ড।[1] ৭ জনীয়া বেণ্ডটোৱে ২০১০ চনত বিগহিট মিউজিকৰ অধীনত ট্ৰেইনী আৰু ২০১৩ চনত ২ কুল ৪ স্কুলৰ অধীনত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে। যদিও তেওঁলোক মূলতঃ হিপ হপ সংগীত গোট, তেওঁলোকৰ গীতত বিভিন্ন ধৰণৰ সংগীত শৈলী প্ৰকাশ পায়।[2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য বিটিএস, প্ৰাথমিক তথ্য ...
বিটিএস | |
---|---|
২০২২ চনৰ মে' মাহত হোৱাইট হাউচত বিটিএস | |
প্ৰাথমিক তথ্য | |
আন নাম | *বাংতান বয়েজ
|
মূল | ছিউল, দক্ষিণ কোৰিয়া |
সংগীতৰ প্ৰকাৰ | কে-পপ, পপ, হিপ হপ, আৰএণ্ডবি, ইডিএম |
কাৰ্যকাল | ২০১৩-বৰ্তমান |
ৱেবছাইট | bts |
সদস্য | |
লিডাৰ//ড্যান্সাৰ
ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ
লিডাৰ/ৰেপাৰ
মেইন ড্যান্সাৰ/ৰেপাৰ
মেইন ড্যান্সাৰ/লিড ভোকাল
ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ
মেইন ভোকাল/লিড ড্যান্সাৰ |
বন্ধ কৰক