বৃন্দাবন
উত্তৰ প্ৰদেশৰ এখন চহৰ / From Wikipedia, the free encyclopedia
বৃন্দাবন (হিন্দী: वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল।
ক্ষিপ্ৰ তথ্য বৃন্দাবনवृंदावन বৃন্দাৱন, ব্ৰজ, দেশ ...
বৃন্দাবন वृंदावन বৃন্দাৱন, ব্ৰজ |
|
---|---|
— নগৰ — | |
Prem mandir Vrindavan.JPGবৃন্দাবনৰ প্ৰেম মন্দিৰ | |
অন্য নাম: ব্ৰজ-ভূমি | |
ভৌগোলিক স্থানাংক: 27.58°N 77.7°E / 27.58; 77.7 | |
দেশ | ভাৰত |
ৰাজ্য | উত্তৰ প্ৰদেশ |
জিলা | মথুৰা |
উচ্চতা | ১৭০ মিটাৰ (৫৫৭.৭৪ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৬৩,০০৫ জন |
Languages | |
- Official | হিন্দী |
সময় অঞ্চল | ভা:মা:স: (গ্ৰী.মা.স.+5:30) |
পিন | 281121 |
বন্ধ কৰক
এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে। নগৰখনৰ সৰ্বাধিক জনপ্ৰিয় স্থান হৈছে গোৱিন্দদেৱ মন্দিৰ, গোপীনাথ মন্দিৰ আৰু ৰংগনাথ মন্দিৰ।[2]