বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম
From Wikipedia, the free encyclopedia
বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম (ইংৰাজী: Bengt Robert Holmström; জন্ম: ১৮ এপ্ৰিল ১৯৪৯) এজন ফিনলেণ্ড দেশীয় অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পল এ. চেমুৱেলচন আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰে।[2]
ক্ষিপ্ৰ তথ্য বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম, জন্ম ...
বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম | |
---|---|
জন্ম | ১৮ এপ্ৰিল, ১৯৪৯ (৭৫ বছৰ) হেলচিংকি, ফিনলেণ্ড |
জাতীয়তা | ফিনিছ |
শিক্ষানুষ্ঠান | হেলচিংকি বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ৰবাৰ্ট বি. ৱিলচন |
ডক্তৰেল বিদ্যাৰ্থী | জনাথন লেভিন[1] |
উল্লেখনীয় বঁটা | অৰ্থনীতিৰ নোবেল স্মৃতি বঁটা (২০১৬) |
বন্ধ কৰক