বেইৰুত
লেবাননৰ ৰাজধানী / From Wikipedia, the free encyclopedia
বেইৰুট (ইংৰাজী: Beyrut) হৈছে লেবাননৰ ৰাজধানী তথা প্ৰধান চহৰ। ২০০৭ চনৰ মতে ইয়াৰ জনসংখ্যা হৈছে ২১ লাখ। লেবাননৰ অক্ষৰেখাৰ প্ৰায় সোঁমাজত ভূমধ্যসাগৰৰ এটা উপদ্বীপত বেইৰুট অৱস্থিত। ই লেবাননৰ সৰ্ববৃহৎ চহৰ তথা বিমানবন্দৰ। এই চহৰৰ সৈতে অন্য কিছু উপ-চহৰ লগ লাগি বেইৰুট জিলা গঠন কৰিছে।
ক্ষিপ্ৰ তথ্য বেইৰুট بيروت, দেশ ...
বেইৰুট بيروت |
|
---|---|
— চহৰ — | |
লেবাননৰ মানচিত্ৰত বেইৰুটৰ অৱস্থান | |
ভৌগোলিক স্থানাংক: 33°53′13″N 35°30′47″E | |
দেশ | লেবানন |
গভৰ্ণৰেট | বেইৰুট গভৰ্ণৰেট |
চৰকাৰ | |
- মেয়ৰ | আব্দুল মুনিম আৰেছ |
মাটিকালি | |
- মুঠ | ৮৫ কি.মি.২ (৩২.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০০৯) | |
- মুঠ | ২০,০৬,৪৫২ জন |
- জনঘনত্ব | ২৩,৬০৫.৩১ প্ৰতি বৰ্গ কি.মি. (৬১,১৩৭.৫ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | +২ |
- গ্ৰীষ্ম (দি স স) | +৩ (গ্ৰী.মা.স.) |
ৱেবছাইট | বেইৰুটৰ চৰকাৰী ৱেবছাইট |
বন্ধ কৰক