বৈকাল হ্ৰদ
From Wikipedia, the free encyclopedia
বৈকাল হ্ৰদ (ৰুছ: о́зеро Байка́л, tr. Ozero Baykal; IPA: [ˈozʲɪrə bɐjˈkɑl]; সাঁচ:Lang-bxr, মঙ্গোলিয়: Байгал нуур, Baygal nuur, meaning "nature lake";[3]) ৰাছিয়াৰ দক্ষিণ ছাইবেৰিয়াত অৱস্থিত এটা হ্ৰদ৷ ইয়াৰ উত্তৰ-পশ্চিমে Irkutsk Oblast আৰু পূব-দক্ষিণে বুৰিয়াট ৰিপাব্লিক (Buryat Republic) অৱস্থিত ৷
বৈকাল হ্ৰদ (Lake Baikal) | |
---|---|
অৱস্থান | Siberia, Russia |
স্থানাংক | 53°30′N 108°0′E |
Primary inflows | Selenge, Barguzin, Upper Angara |
Primary outflows | Angara |
Catchment area | 5,60,000 বৰ্গ কি.মি. (5.60000000×1011 বৰ্গ মিটাৰ) |
Basin countries | Russia and Mongolia |
Max. length | 636 km (395 মাইল) |
Max. width | 79 km (49 মাইল) |
Surface area | 31,722 বৰ্গ কি.মি. (3.1722×1010 বৰ্গ মিটাৰ)[1] |
Average depth | 744.4 মিটাৰ (2,442 ফুট)[1] |
Max. depth | 1,642 মিটাৰ (5,387 ফুট)[1] |
Water volume | সাঁচ:Convert/km3[1] |
Residence time | 330 years[2] |
Shore length1 | 2,100 km (1,300 মাইল) |
Surface elevation | 455.5 মিটাৰ (1,494 ফুট) |
Frozen | January–May |
Islands | 27 (Olkhon) |
Settlements | Irkutsk |
1 Shore length is not a well-defined measure. |
বৈকাল হ্ৰদ সমগ্ৰ বিশ্বৰ ভিতৰতে আয়তনৰ ফালৰ পৰা সৰ্ববৃহৎ নিৰ্মল পানীৰ হ্ৰদ (freshwater lake) ৷ এই হ্ৰদে বিশ্বৰ প্ৰায় ২০% নিৰ্মল আৰু গোট নমৰা পানী (unfrozen surface fresh water.) ধৰি ৰাখিছে ৷[4][5] এই হ্ৰদৰ গভীৰতা 1,642 মিটাৰ (5,387 ফুট)[1] যাৰ বাবে ই বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বুলিও স্বীকৃত ৷[6] তাৰোপৰি এই হ্ৰদক বিশ্বৰ আটাইতকৈ পৰিস্কাৰ বা নিৰ্মল[7] আৰু ২৫ মিলিয়ন বৰ্ষৰ পূৰ্বে সৃষ্টি হোৱাৰ বাবে আটাইতকৈ প্ৰাচীন[8][9] হ্ৰদ ৰূপে স্বীকৃতি দিয়া হয় ৷ কালি (surface area) ৰ দিশৰ পৰা ইয়াৰ স্থান বিশ্বৰ ভিতৰত সপ্তম ৷ সাঁচ:Convert/km3 পানীৰে[1] এই হ্ৰদে উত্তৰ আমেৰিকাৰ বৃহৎ হ্ৰদ (Great Lakes) সমূহতকৈও অধিক পানী ধৰি ৰাখিছে ৷[10]