বৰদৈবাম বিলমুখ পক্ষী উদ্যান
From Wikipedia, the free encyclopedia
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (ইংৰাজী: Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে। বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান।
ক্ষিপ্ৰ তথ্য
বৰদৈবাম বিলমুখ পক্ষী উদ্যান | |
— সংৰক্ষিত পক্ষী উদ্যান — | |
স্থানাঙ্ক | 27°4′00″N 94°30′00″E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ, ধেমাজি |
স্থাপিত | জুলাই, ১৯৯৬ |
নিকটৱৰ্তী চহৰ | ধেমাজি,ঢকুৱাখনা,উত্তৰ লখিমপুৰ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
>1,127 ha km (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "," mi)> • 90−95 m m (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "m" ft) |
জলবায়ু উষ্ণতা |
• ৩৫°ছে (৯৫°ফা) |
প্ৰশাসক | ভাৰত চৰকাৰ, অসম চৰকাৰ |
বন্ধ কৰক