বৰফি
From Wikipedia, the free encyclopedia
বৰফি [lower-alpha 1] বা বৰ্ফি হৈছে ভাৰতীয় উপমহাদেশত বহুলভাৱে প্ৰচলিত গাখীৰ ভিত্তিক এবিধ মিঠাই। ইয়াৰ নামটো পাৰ্চী আৰু উৰ্দু শব্দ বৰ্ফৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে তুষাৰ। সমগ্ৰ ভাৰত আৰু পাকিস্তানত বিব্জিন্ন উপলক্ষত বৰফি খোৱা হয়। ই উত্তৰ ভাৰতত বিশেষভাৱে জনপ্ৰিয় ৷ ইয়াক প্ৰায়ে কোনো উপলক্ষ উদযাপন আৰু ধৰ্মীয় উৎসৱ যেনে দীপাৱলী আৰু হোলীত পৰিবেশন কৰা হয় ৷[1]
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
অন্য নাম | বৰ্ফি |
---|---|
প্ৰকাৰ | মিঠা |
অঞ্চল | ভাৰতীয় উপমহাদেশ |
মুখ্য উপাদান | খোয়া (কণ্ডেন্সড মিল্ক, চেনী |
ভিন্ন প্ৰকাৰ | বিভিন্ন |
বন্ধ কৰক
[3] ইয়াক উৎসৱসমূহত উপহাৰ হিচাপেও দিয়া যায়।