বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।[1]
ক্ষিপ্ৰ তথ্য বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary), অৱস্থান ...
বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) |
---|
|
অৱস্থান |
কাছাৰ, অসম, ভাৰত |
---|
নিকটতম চহৰ |
শিলচৰ |
---|
মাটিকালি |
326.24 বৰ্গ কি.মি. (32,62,40,000 বৰ্গ মিটাৰ) |
---|
কৰ্তৃপক্ষ |
Department of Environment & Forests, Assam |
বন্ধ কৰক