বৰাক নদী
বাংলাদেশৰ নদী / From Wikipedia, the free encyclopedia
বৰাক নদী (ইংৰাজী: Barak River, বঙালী: বরাক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল।[1] বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।[1] নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।
ক্ষিপ্ৰ তথ্য দেশসমূহ, প্ৰদেশসমূহ ...
বৰাক নদী | |
দেশসমূহ | ভাৰত, বাংলাদেশ |
---|---|
প্ৰদেশসমূহ | অসম, মণিপুৰ |
উপনৈ | |
- বাঁওদিশত | সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River) |
- সোঁদিশত | জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River) |
চহৰ | শিলচৰ |
উৎস | মুক্ৰু (Mukru) [1] |
- অৱস্থান | বৰাইল শ্ৰেণী, ভাৰত |
মোহনা | বংগোপসাগৰ |
- অৱস্থান | গংগা ব-দ্বীপ, বাংলাদেশ |
- স্থানাঙ্ক | 25°13′24″N 89°41′41″E |
দৈৰ্ঘ্য | ৯০০ কিমি (৫৬০ মাইল) [2] |
বন্ধ কৰক