মহেন্দ্ৰপাল
From Wikipedia, the free encyclopedia
মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা।[1] তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ[1] যদিও পাল বংশত বিভিন্ন ঠাইত মহেন্দ্ৰপালৰ নাম উল্লেখ আছে, পূৰ্বতে ইতিহাসবিদে মহেন্দ্ৰপালক প্ৰতিহাৰ ৰাজবংশৰ প্ৰথম মহেন্দ্ৰপালৰ লগত একাকাৰ কৰা কৰিছিল। তেওঁলোকে দেবপালৰ পিছত প্ৰথম বিগ্ঝপালৰ কথা কৈছিল।[2] কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।[3] মহেন্দ্ৰপালৰ ৰাজত্বৰ সপ্তম বছৰৰ এই সিংহাসনৰ বিষয়ে আৰু জনা যায় যে তেওঁৰ মহাসেনাপতি বজ্ৰদেব নন্দদীৰ্ঘিকাই উদ্ৰঙ্গ নামৰ ঠাইত এটা বৌদ্ধ বিহাৰ স্থাপন কৰিছিল। তাম্ৰশাসনত মহেন্দ্ৰপালৰ কণিষ্ঠ ভাতৃ প্ৰথম চুৰপালৰ নাম আছে।[4] প্ৰথম চুৰপালে মহেন্দ্ৰপালৰ পিছত সিংহাসন দখল কৰিলে।[5]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য Mahendrapala, ৰাজত্ব ...
Mahendrapala | |
---|---|
Pala empire with neighbours | |
ৰাজত্ব | 9th century |
পূৰ্বসূৰী | Devapala |
উত্তৰসূৰী | Shurapala I |
মাতৃ | Mahata Devi |
পিতৃ | Devapala |
বন্ধ কৰক