শঙ্কৰ দয়াল শৰ্মা
From Wikipedia, the free encyclopedia
শঙ্কৰ দয়াল শৰ্মা (ইংৰাজী: Shankar Dayal Sharma; pronunciation (সহায়·তথ্য); ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।[1]
ক্ষিপ্ৰ তথ্য শঙ্কৰ দয়াল শৰ্মা, নৱম ভাৰতৰ ৰাষ্ট্ৰপতি ...
শঙ্কৰ দয়াল শৰ্মা | |
---|---|
নৱম ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ১৯৯২ – ২৫ জুলাই ১৯৯৭ | |
প্ৰধানমন্ত্ৰী | পি ভি নৰসিংহ ৰাও অটল বিহাৰী বাজপায়ী এইচ ডি দেৱেগৌড়া ইন্দৰ কুমাৰ গুজৰাল |
উপ ৰাষ্ট্ৰপতি | কে আৰ নাৰায়ণন |
পূৰ্বসূৰী | আৰ ভেংকটাৰমণ |
উত্তৰসূৰী | কে আৰ নাৰায়ণন |
অষ্টম ভাৰতৰ উপৰাষ্ট্ৰপতি | |
কাৰ্যকাল ৩ চেপ্তেম্বৰ ১৯৮৭ – ২৫ জুলাই ১৯৯২ | |
ৰাষ্ট্ৰপতি | আৰ ভেঙ্কটৰমন |
প্ৰধানমন্ত্ৰী | ৰাজীৱ গান্ধী বিশ্বনাথ প্ৰতাপ সিং |
পূৰ্বসূৰী | আৰ ভেঙ্কটৰমন |
উত্তৰসূৰী | কে আৰ নাৰায়ণন |
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল | |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৮৬ – ২ চেপ্তেম্বৰ ১৯৮৭ | |
মুখ্যমন্ত্ৰী | শঙ্কৰৰাও চাৱন |
পূৰ্বসূৰী | কোনা প্ৰভাকৰ ৰাও |
উত্তৰসূৰী | কাচু ব্ৰহ্মানন্দ ৰেড্ডী |
পঞ্জাবৰ ৰাজ্যপাল চণ্ডীগড়ৰ প্ৰশাসক | |
কাৰ্যকাল ২৬ নৱেম্বৰ ১৯৮৫ – ২ এপ্ৰিল ১৯৮৬ | |
মুখ্যমন্ত্ৰী | সুৰজিৎ সিং বাৰ্নালা |
পূৰ্বসূৰী | হকিচে চেমা |
উত্তৰসূৰী | সিদ্ধাৰ্থ শঙ্কৰ ৰয় |
অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল | |
কাৰ্যকাল ২৯ আগষ্ট ১৯৮৪ – ২৬ নৱেম্বৰ ১৯৮৫ | |
মুখ্যমন্ত্ৰী | নাদেন্দলা ভাস্কৰ ৰাও এন টি ৰামাৰাও |
পূৰ্বসূৰী | ঠাকুৰ ৰামলাল |
উত্তৰসূৰী | কুবেদিন মুনিশঙ্কৰ যোশী |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯ আগষ্ট ১৯১৮ ভূপাল, ভূপাল প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মধ্যপ্ৰদেশ, ভাৰত) |
মৃত্যু | ২৬ ডিচেম্বৰ ১৯৯৯ নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | বিমলা শৰ্মা |
সন্তান | ২জন পুত্ৰ, ১জনী জীয়ৰী |
শিক্ষানুষ্ঠান | লক্ষ্ণৌ বিশ্ববিদ্যালয় কেম্ব্ৰিজ বিশ্ববিদ্যালয় লিঙ্কনচ্ ইন হাভাৰ্ড বিশ্ববিদ্যালয় |
জীৱিকা | ওকালতি, ৰাজনীতি |
স্বাক্ষৰ |
বন্ধ কৰক