শব্দ
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো শ্ৰ্ৱণযোগ্য কম্পন তৰংগৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
শব্দ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।[1]