শিনকানছেন
From Wikipedia, the free encyclopedia
শিনকানছেন (ইংৰাজী: Shinkansen) যাক বুলেট ট্ৰেইন হিচাপে জনা যায়, হৈছে এক জাপানৰ এক দ্ৰুত ৰেল সেৱা ব্যৱস্থা। প্ৰথমতে জাপানৰ ৰাজধানী টকিঅ' চহৰক আনবোৰ ঠাইৰ লগত বুলেট ট্ৰেইনৰ সহায়ত যোগ কৰা হৈছিল যাতে অৰ্থনৈতিক ক্ষেত্ৰত সুবিধা হয়।[1][2] শিনকানছেন হৈছে এটা জাপানী শব্দ যাৰ অৰ্থ হৈছে 'নতুন ট্ৰাংক লাইন'। ২০১৪ চনত জাপানৰ বুলেট ট্ৰেইনে ৫০ বছৰ অতিক্ৰম কৰে। এই ৫০ বছৰ সময়ছোৱাত কোনো যাত্ৰীয়ে দুৰ্ঘটনাজনিত কাৰণত আঘাতপ্ৰাপ্ত হোৱা নাছিলে।[3]