শিৰডী
ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ / From Wikipedia, the free encyclopedia
শিৰডী ( pronunciation (সহায়·তথ্য), মাৰাঠী ভাষাত: शिर्डी) ভাৰতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু ক'পাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শতিকাৰ বাসস্থল হিচাপে বিখ্যাত।[1]
ক্ষিপ্ৰ তথ্য শিৰডীशिर्डी साईनगर, দেশ ...
শিৰডী शिर्डी साईनगर |
|
---|---|
— নগৰ — | |
Shirdi Sai Baba.jpgশিৰডীৰ সাই বাবা | |
ভৌগোলিক স্থানাংক: 19.77°N 74.48°E / 19.77; 74.48 | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
জিলা | আহমেদনগৰ |
উচ্চতা | ৫০৪ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৩৬,০০৪ জন |
ভাষা | |
- আনুষ্ঠানিক | মাৰাঠী |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
পিন কোড | ৪২৩১০৯ |
দূৰভাষ সংকেট | ০২৪২৩ |
যানবাহনৰ নম্বৰ | MH-17 |
বন্ধ কৰক