হাংৰি আন্দোলন
From Wikipedia, the free encyclopedia
হাংৰি আন্দোলন হৈছে বঙালী সাহিত্যৰ ৰূপত আত্মপ্ৰকাশ কৰা এক অল্পম্যাদী (১৯৬১ - ১৯৬৫) প্ৰতিবাদী সামাজিক আন্দোলন। বিংশ শতিকাৰ ষাঠিব দশকত বংগদেশত কেবাটাও সাহিত্য - শিল্প আন্দোলন হেছিল, যেনে শ্ৰুতি, শাস্ত্ৰবিৰোধী, ধ্বংসকালীন, নিমসাহিত্য আৰু হাংৰি আন্দোলন। সেই আন্দোলনবোৰৰ ভিতৰত আটাইতকৈ উল্লেখনীয় সাহিত্য আন্দোলন আছিল হাংৰি আন্দোলন। বঙালী সাহিত্যৰ বুৰজ্ঞীত হাংৰি আন্দোলনে এক বিশিষ্ট স্থান লাভ কৰিছে।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |