হিউৱেন-চাং (ইংৰাজী: Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভিক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু তেৰ বছৰ বয়সতে বৌদ্ধ ধৰ্মৰ শৰণাপন্ন হয়। তেখেতৰ জন্ম শিক্ষিত পৰিয়ালত। ৬১৮ খ্ৰীষ্টাব্দত হেনান প্ৰদেশৰ ঘৰুৱা যুদ্ধত তেখেত আৰু তেখেতৰ ককায়েক চিচুৱান পৰ্বতত শৰণাৰ্থী হৈ পৰে। সেই সময়ছোৱাতে তেখেতে বৌদ্ধ ধৰ্মৰ গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰে। তেনে গ্ৰন্থবোৰত কিছু অসংযত কথাৰ বিমোৰত পৰি তাৰে স্থানীয় পণ্ডিতৰ পৰা কোনো মনে মিলা সমাধান নোপোৱাত ভাৰতবৰ্ষ ভ্ৰমণৰ মন মেলে, কিজানিবা সমাধান বিচাৰি পায়েই। তেনেকৈয়ে পণ্ডিত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ষোল্ল বছৰীয়া তীৰ্থযাত্ৰা আৰম্ভণি হয়।
ক্ষিপ্ৰ তথ্য হিউৱেন-চাং Xuanzang, জন্ম ...
হিউৱেন-চাং Xuanzang |
---|
হিউৱেন-চাঙৰ এখন প'ৰ্ট্ৰেইট |
জন্ম |
c. ৬০২ চীন |
---|
মৃত্যু |
৬৬৪ |
---|
পেচা |
পণ্ডিত, পৰিব্ৰাজক, অনুবাদক |
---|
ধৰ্ম |
বৌদ্ধ ধৰ্ম |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য হিউৱেন-চাং, চীনা নাম ...
হিউৱেন-চাং |
চীনা নাম |
চীনা |
玄奘 |
প্ৰতিলিপি |
Hakka |
- Romanization |
Hian2-tsong4 |
Mandarin |
- Hanyu Pinyin |
Xuánzàng |
- Wade–Giles |
Hsüan2-tsang4 |
Min |
- Hokkien POJ |
Hiân-tsòng |
Wu |
- Romanization |
Yeu-tsaõ |
Cantonese (Yue) |
- Yale Romanization |
Yün4-tsong6 |
Middle Chinese |
- Middle Chinese |
ɣwen-dzáng |
|
Chen Hui[1] |
পৰম্পৰাগত চীনা লিপি |
陳褘 |
সৰলীকৃত চীনা লিপি |
陈袆 |
প্ৰতিলিপি |
Mandarin |
- Hanyu Pinyin |
Chén Huī |
- Wade–Giles |
Chen2 Hui1 |
|
Chen Yi |
পৰম্পৰাগত চীনা লিপি |
陳禕 |
সৰলীকৃত চীনা লিপি |
陈祎 |
প্ৰতিলিপি |
Mandarin |
- Hanyu Pinyin |
Chén Yī |
- Wade–Giles |
Chen2 I1 |
|
Sanskrit name |
Sanskrit |
ह्वेनसांग |
বন্ধ কৰক