২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীৰ দিনা দিল্লী বিধানসভাৰ ৭০জন সদস্য নিৰ্বাচন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল৷ ভোটদানৰ হাৰ আছিল ৬২.৫৯%,[1] যি হাৰ ২০১৫ৰ দিল্লী বিধানসভাৰ নিৰ্বাচনকৈ ৪.৮৮% কম আছিল, কিন্তু ২০১৯ৰ দিল্লীৰ লোকসভা নিৰ্বাচনতকৈ ২% বেছি আছিল৷[2][3] ২০১৫ত গঠন হোৱা বিধানসভাৰ কাৰ্যকাল ২০২০ৰ ২২ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব৷[4][5] অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৬২থন আসনত জিকি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷
ক্ষিপ্ৰ তথ্য দিল্লী বিধানসভাৰ সকলো ৭০ খন আসন সংখ্যাগৰিষ্ঠতাৰ বাবে ৩৬ খন আসনৰ প্ৰয়োজন, ভোটদানৰ হাৰ ...
বন্ধ কৰক